TOP NEWS

6/recent/ticker-posts

Header Ads Widget

ডিগবৈত আলফাৰ লিংকমেন আটক

 


ডিগবৈ, ২২জুনঃ ডিগবৈত আলফাৰ নামত ধনদাবী কৰাৰ অভিযোগত এজন । ভাৰতীয় সেনা আৰু আৰক্ষী প্ৰশাসনৰ যৌথ প্ৰচেষ্টাত পেঙেৰী ২ নং নলনিৰ নিবাসী বিজয় মৰাণ(২৫)  নামৰ এজন যুৱকক আটক৷আটকাধীন যুৱকজনৰ পৰা নগদ ১৫ হাজাৰ টকাসহ হাতেৰে নিৰ্মিত বৃহৎ শব্দ হোৱা এটা পিষ্টল জব্দ৷লগতে AS23AA5147 নম্বৰৰ এখন বাইক জব্দ কৰে।

Post a Comment

0 Comments